মৰমৰ Magic Authors সকল,

আমি লেখক আৰু শিল্পীবোৰ এটা বিশেষ জনগোষ্ঠী। আমি স্ব-প্ৰণোদিত আৰু স্ব-অনুপ্ৰেৰিত কিছুমান আত্মা। লিখামেলাৰ সমগ্ৰ যাত্ৰাপথ জুৰি আমি পাই আহিছো বহু ধৰণৰ দুখকষ্ট আৰু লঘূ-লাঞ্ছনা, টিটকাৰি আৰু বহুক্ষেত্ৰত বহুবাৰ প্ৰত্যাখিত হৈছে আমাৰ লেখাবোৰ। যেতিয়া আমি আমাৰ... (More)